অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

SOCIAL WORKER AND EX TEACHER: অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী খগেশ্বৰ গায়নৰ মৃ*ত্যু

Spread the love

অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী খগেশ্বৰ গায়নৰ মৃ*ত্যু

DD TIMES বঢ়মপুৰ, ৫ নৱেম্বৰঃ নগাঁৱৰ বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত তথা বঢ়মপুৰ ভকতগাঁও নিবাসী খগেশ্বৰ গায়ন (৬২)ৰ ৪ নৱেম্বৰৰ নিশা প্ৰায় ২ বজাত মৃত্যু হয়।

হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা সমাজকৰ্মী, সহজ-সৰল স্বভাৱৰ লোকজনৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনিজন পুত্ৰ, দুগৰাকী বোৱাৰী, নাতিকে ধৰি বহু আত্মীয়-স্বজনক এৰি থৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!