DHEMAJI NHM WORKER PROTEST: ধেমাজিত সম কাম সম দৰমহা তথা চাকৰি নিয়মীয়াকৰণৰ দাবীত NHM কৰ্মীৰ আজিৰ পৰা তিনিদিনীয়া কৰ্মবিৰতি
ধেমাজিত সম কাম সম দৰমহা তথা চাকৰি নিয়মীয়াকৰণৰ দাবীত NHM কৰ্মীৰ আজিৰ পৰা তিনিদিনীয়া কৰ্মবিৰতি

DD TIMES ধেমাজি, ৩ নৱেম্বৰঃ ৰাজ্যত অচল হৈ পৰিব স্বাস্থ্যখণ্ড ৷ আজিৰে পৰা জিলাই জিলাই তিনি দিনিয়া কৰ্মবিৰতি।
https://www.facebook.com/share/v/19kdxAqqqf
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত কৰ্মচাৰী সকলে দীৰ্ঘদিনীয়াভাৱে সম কামৰ সম দৰমহা তথা চাকৰি নিয়মীয়া কৰণৰ দাৱী জনাই আহিছে ৷

ধেমাজিতো জিলাখনৰ পাচশ পঞ্চাশ গৰাকী স্বাস্থ্য কৰ্মীয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী উত্তাল কৰি তোলে ৷

https://www.facebook.com/share/v/1CVjs9RjvW
স্বাস্থ্য কৰ্মীসকলৰ দাবী পূৰণ কৰক, সম কামৰ সম দৰমহা আদায়, আমাক ন্যায় দিব লাগিবই আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিবেশ।


We want justice