অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NSS: ৰাষ্ট্ৰ সেৱা সমিতিৰ উদ্যোগত বিজয়া দশমী উৎসৱ পালন

Spread the love

ৰাষ্ট্ৰ সেৱা সমিতিৰ উদ্যোগত বিজয়া দশমী উৎসৱ পালন

DD TIMES গুৱাহাটী, ২৫ অক্টোবৰঃ শনিবাৰে আবেলি ৩-৩০ বজাত ধীৰেণপাৰা চম্পাৱতী স্কলৰ বাকৰিত আৰ এচ এচ’ৰ ভাতৃ সংগঠন ৰাষ্ট্ৰ সেৱীকা সমিতিৰ উদ্যোগত বিজয়া দশমী উৎসৱৰ লগত সংগতি ৰাখি গণবেশ আৰু অশ্ৰপুজন অনুষ্ঠানত মুখ্য সেৱিকা হৃীশা কলিতা আত ধৰা গণবেশত বন্তি প্ৰজ্বালন কৰে প্ৰাক্তন আচাৰ্য্যা শংকৰদেৱ বিদ্যা নিকেতন বেলতলা ৷

https://www.facebook.com/share/v/175VEJZPnf

গুৱাহাটী বিভাগৰ কাৰ্যবাহিকা সেৱা প্ৰান্ত প্ৰমুখ ৰাষ্ট্ৰসেৱিকা সমিতিৰ উত্তৰ অসম প্ৰান্ত ” মুখ্য বক্তা কল্যানী ঠাকুৰীয়াই ৷

https://www.facebook.com/share/v/1KDGnM1zLi

অশ্ৰপূজনৰ লগতে হৃীশা কলিতাৰ লগত সহযোগ কৰে আৰ্য্যনগৰ কাৰ্যবাহিকা লীলা মেধি সেৱিকা দ্বীপা শৰ্মা’ বৰ্ণালি কলিতা গীতাঞ্জলি দাসে গণবেশত লাল শাৰি পৰিধান কৰা প্ৰায় পঞ্চাশ সতাংশ মহিলা অংশগ্ৰহণ কৰে বুলি মুখ্যসেৱিকা হৃীশা কলিতাই এক প্ৰেছবিবৃত্তি যোগে জনাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!