অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ফটোগ্রাফিফটোগ্ৰাফীমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

PHOTOS: ফটো সাংবাদিক মনোজ ডেকাৰ মৃত্যু

Spread the love

ফটো সাংবাদিক মনোজ ডেকাৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবৰ শোক প্ৰকাশ

DD TIMES গুৱাহাটী, ২ অক্টোবৰঃ ফটো সাংবাদিক মনোজ ডেকাই মঙলবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পটালত শেষ নিশ্বাস ত্যাগ কৰে৷

Oplus_131072

তেওঁৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ শোকৰ সমভাগী হয়৷

ডেকাৰ বিয়োগ অসমৰ সংবাদ জগতৰ এক অপূৰণীয় ক্ষতি বুলি গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ সভাপতি সুস্মিতা গোস্বামী আৰু সম্পাদক সঞ্জয়ে উল্লেখ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!