ZUBEEN GARG: চিচিবৰগাঁৱত কবিতাৰ আবেলি আৰু গ্ৰন্থ উন্মোচন
ধেমাজিত শিল্পী জুবিন গাৰ্গক স্মৰণ
DD TIMES চিচিবৰগাঁও, ১২ অক্টোবৰঃ বিশ্বজুৰি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা জনাই অহাৰ সময়তে আজি ধেমাজিৰ চিচিবৰগাঁৱতো শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই জুবিন গাৰ্গবিষয়ক কবিতাৰে সমৃদ্ধ এখন গ্ৰন্থ উন্মোচন কৰা হয়া৷



হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত দেওবাৰে ধেমাজিৰ চিচিবৰগাঁৱত ‘কবিতাৰ আবেলি আৰু গ্ৰন্থ উন্মোচন অনুষ্ঠান


