The South Asia Yogasana Sports Championship 2025, in Kathmandu: কাঠমাণ্ডুত যোগাসনত দক্ষিণ এছিয়া কাপত অসম দলৰ সাফল্যঃ পাঁচটা সোণ, এটা ৰূপৰ পদক লাভ
কাঠমাণ্ডুত যোগাসনত দক্ষিণ এছিয়া কাপত অসম দলৰ সাফল্যঃ পাঁচটা সোণ, এটা ৰূপৰ পদক লাভ

DD TIMES বঢ়মপুৰ, ৯ নৱেম্বৰঃ নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত যোগাসনৰ ১৫ সংখ্যক দক্ষিণ এছিয়া কাপত অসমৰ দলটোৱে পাঁচটা সোণৰ পদক আৰু এটা ৰূপৰ পদক লাভ কৰে।

ভাৰতৰ হৈ অংশগ্ৰহণ কৰা দলটোৰ তিতিক্ষা মধুকল্যই Champion of the champions আৰু জ্যোস্মিতা শইকীয়াই Runners up লাভ কৰিবলৈ সক্ষম হয়।
সেইদৰে, শুভাশ্ৰী বৰা, দৃষ্টি বৰা, প্ৰিয়দৰ্শিনী বৰুৱাই সোণৰ পদক আৰু সমৰজ্যোতি বৰাই Traditional যোগা Championship ৰূপৰ পদক লাভ কৰে।
আটাইকেইগৰাকী খেলুৱৈ নগাঁৱৰ ডাকৰঘাট যোগ বিদ্যালয়ৰ খেলুৱৈ বুলি জানিব পৰা গৈছে।
নগাঁৱৰ দলটোৰ প্ৰশিক্ষক হিচাপে আছিল অঞ্জন কৌশিক শৰ্মা।

