PHOTOS: শ্ৰীমন্ত শংকৰদেৱ জয়ন্তীত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ শুভেচ্ছা
শ্ৰীমন্ত শংকৰদেৱ জয়ন্তীত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ শুভেচ্ছা

‘আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ আৱিৰ্ভাব তিথি উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শংকৰ উৎসৱ উপলক্ষে আঁহতগুৰি আঞ্চলিক শ্ৰীশ্ৰীমন্ত শংকৰগুৰু কীৰ্তনঘৰ আৰু নাটঘৰত অনুষ্ঠিত কাৰ্যসূচীত অংশ লৈ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ সৈতে মত বিনিময় কৰোঁ। অসমীয়া সমাজৰ প্ৰাণপ্ৰতিষ্ঠাতা, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক সুঁৱৰি আমি সকলো শান্তি-সম্প্ৰীতিৰে বাস কৰিব লাগিব বুলি উল্লেখ কৰোঁ।’

ৰাজ্যজুৰি জয়ন্তী উদযাপন

ৰাজ্যৰ চৌদিশে মহাপুৰুষজনাক স্মৰণ
