PHOTOS: ফটো সাংবাদিক মনোজ ডেকাৰ মৃত্যু
ফটো সাংবাদিক মনোজ ডেকাৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবৰ শোক প্ৰকাশ
DD TIMES গুৱাহাটী, ২ অক্টোবৰঃ ফটো সাংবাদিক মনোজ ডেকাই মঙলবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পটালত শেষ নিশ্বাস ত্যাগ কৰে৷

তেওঁৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ শোকৰ সমভাগী হয়৷
ডেকাৰ বিয়োগ অসমৰ সংবাদ জগতৰ এক অপূৰণীয় ক্ষতি বুলি গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ সভাপতি সুস্মিতা গোস্বামী আৰু সম্পাদক সঞ্জয়ে উল্লেখ কৰে৷