অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NATIONAL JUNIOR ATHLETICS CHAMPIONSHIPS 2025: ভূৱনেশ্বৰত ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতালৈ অসম এথলেটিকছৰ ২৩জনীয়া দল

Spread the love

ভূৱনেশ্বৰত ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা
অসম এথলেটিকছৰ ২৩জনীয়া দলৰ অংশগ্ৰহণ

DD TIMES গুৱাহাটী, ৮ অক্টোবৰঃ উৰিষ্যাৰ ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত ১০-১৪অক্টোবৰলৈ অনুষ্ঠিত হ’ব ৪০সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা।

এই প্ৰতিযোগিতাত অসমৰ ২৩জনীয়া এথলীটৰ দলে ভিন্ন ইভেন্টত অংশগ্ৰহন কৰিছে। অসম দলত অন্তৰ্ভুক্ত খেলুৱৈসকল ক্ৰমে- লৰাৰ শাখাত প্ৰিয়ানুজ বৰুৱা, ভাৰ্গৱ বৰুৱা, স্নিগ্ধপ্ৰতীম কোঁৱৰ, মোহন বাৰো, হাদমগৌৰা ব্ৰহ্ম, মৃদুল হুছেইন, জুবিন গোহাঁই, দেবানুজ গগৈ, মাচুম দাস, কৌশিক গগৈ, ফিৰডোচ আলম, পাৰ্থপ্ৰতীম বুঢ়াগোহাঁই, অংশুমান ভাগবতী, বিকাশ নাথ, পাৰ্থপ্ৰতীম চাংমাই, জ্যোতিস্মান বৰুৱা, মুন্না কুমাৰ ব্ৰহ্ম আৰু ছোৱালীৰ শাখাত মেঘালী বুঢ়াগোহাঁই, ধৃতিমা উজীৰ, হিয়া বৰুৱা, সুপৰ্না দাস, পাহি কেওঁট, মুনমুন চেতিয়া।

দলটোৰ প্ৰশিক্ষকদ্বয় গোবিন্দ মালাকাৰ,বিজুমণি দলে আৰু মেনেজাৰ কল্যাণ কুমাৰ বসুমতাৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!