অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

Mime Workshop: নিৰ্বাক গোষ্ঠীৰ উদ্যোগত মূকাভিনয় কৰ্মশালা

Spread the love

নিৰ্বাক গোষ্ঠীৰ উদ্যোগত মূকাভিনয় কৰ্মশালা

DD TIMES গুৱাহাটী, ১২ নৱেম্বৰঃ নিৰ্বাক গোষ্ঠীৰ উদ্যোগত মূকাভিনয়ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ভাৰতত প্ৰথমবাৰৰ বাবে আয়োজিত হবলগীয়া মূকাভিনয় সপ্তাহৰ লগত সংগতি ৰাখি নিৰ্বাক গোষ্ঠীয়ে পাঁচ দিনীয়া মূকাভিনয় কৰ্মশালাৰ আয়োজন কৰিছে।

এই কৰ্মশালা আজিৰে পৰা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সহযোগিতাত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে।

Oplus_131072

মহাবিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালা উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যাপক অভিজিত দত্তই।

নিৰ্বাক গোষ্ঠীৰ এই ব্যতিক্ৰমী পদক্ষেপে মুকাভিনয়ক বহু আগুৱাই লৈ যাব বুলি অধ্যাপক দত্তই মন্তব্য কৰাৰ লগতে এই প্ৰচেষ্টাৰ শলাগ লয়।

কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে যুৱ মূকাভিনয় শিল্পী মিনাংক ডেকাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!