অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়শিৰোনাম

ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদৰ দ্বাৰা “এ” গ্ৰেড লাভ কৰা মহাবিদ্যালয়ক সম্বৰ্ধনা

Spread the love

DD TIMES

এইবাৰ অসমৰ ছখন মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদৰ দ্বাৰা “এ” গ্ৰেড লাভ কৰিবলৈ সক্ষম হ’ল।

আজি শিক্ষক দিৱসত উক্ত মহাবিদ্যালয়কেইখনক সম্বৰ্ধনা জ্ঞাপন কৰে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডা° ৰনোজ পেগুৱে৷ সম্বৰ্ধনা জনোৱা মহাবিদ্যালয় ছখন হ’ল-


✅ পাণ্ডু মহাবিদ্যালয়, কামৰূপ মহানগৰ
✅ প্ৰাগজ্যোতিষ মহাবিদ্যালয়, কামৰূপ মহানগৰ
✅ মঙলদৈ মহাবিদ্যালয়, দৰং


✅ মৰিগাঁও মহাবিদ্যালয়, মৰিগাঁও
✅ গড়গাঁও মহাবিদ্যালয়, শিৱসাগৰ
✅ দিছপুৰ মহাবিদ্যালয়, কামৰূপ মহানগৰ

উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত উৎকৰ্ষ সাধনৰ এই ধাৰা অক্ষুণ্ণ থকাৰ আশাৰে মহাবিদ্যালয় পৰিয়ালবৰ্গলৈ অভিনন্দন আৰু শুভেচ্ছা জনাই শিক্ষামন্ত্ৰী ডা° পেগুৱে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!