CHUTIA: ধেমাজি, ঢকুৱাখনা, চিচিবৰগাঁৱৰ পাঁচ সহস্ৰাধিক চুতীযা জনগোষ্ঠীৰ লোকে জোঁৰ সমদলেৰে কঁপালে ধেমাজিৰ ৰাজপথ
ধেমাজি, ঢকুৱাখনা, চিচিবৰগাঁৱৰ পাঁচ সহস্ৰাধিক চুতীযা জনগোষ্ঠীৰ লোকে জোঁৰ সমদলেৰে কঁপালে ধেমাজিৰ ৰাজপথ

DD TIMES ধেমাজি, ৩০ অক্টোবৰঃ ধেমাজি, ঢকুৱাখনা, চিচিবৰগাঁৱৰ পাঁচ সহস্ৰাধিক চুতীযা জনগোষ্ঠীৰ লোকে জোঁৰ সমদলেৰে বুধবাৰে কঁপালে ধেমাজিৰ ৰাজপথ৷
চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তৰে স্বায়ত্ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজিত “চুতীয়া যুৱ সন্মিলনে”ৰ জোঁৰ সমদল উলিয়াই৷

চৰকাৰ গঠনৰ এশ দিনৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিম বুলি বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি পালনৰ আহ্বান জনায় “চুতীযা যুৱ সন্মিলনে” ৷

আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে ভয়াৱহ জংগী আন্দোলন কৰাৰ হুংকাৰ স’গঠনটোৰ৷

