অসমক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ক্ৰিকেটাৰৰ ৰূপত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা!

Spread the love

ব্যতিক্ৰমী ৰূপত ৰাজ্যৰ মুখ্যমন্ত্ৰী! হাতত বেট লৈ খেলপথাৰত নামিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আজি পুৱা উত্তৰ গুৱাহাটীত ক্ৰিকেট খেলি উৎসাহ জনায় খেলুৱৈসকলক৷ উল্লেখ্য যে আজি উত্তৰ গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰে দুখনকৈ ক্ৰীড়া একাডেমী। উত্তৰ গুৱাহাটীৰ উত্তৰ ফুলুঙত অসম ক্ৰিকেট এছ’চিয়েচনৰ নৱনিৰ্মিত ক্ৰিকেট একাডেমীৰ স্থায়ী কেম্পাছ আৰু জি টি চি ফুটবল একাডেমী উদ্বোধন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!